Download Now Banner

This browser does not support the video element.

ডিফু: ধনশিৰিত দ্বিতীয়  প্ৰাক তিজ উৎসৱ উদযাপন, উপস্থিত কাকৰ ইএম তিলুত্তমা হাষ্ণু

Diphu, East Karbi Anglong | Aug 22, 2025
শুকুৰবাৰে পুৱা প্ৰায় ১১ মান বজাৰ পৰা দিনজোৰা কাৰ্যসূচী অনুসৰি  ধনশিৰি গোৰ্খা  সকলৰ দ্বিতীয় তিজ উৎসৱ উদযাপন কৰা হয় ৷ ধনশিৰি ভেলী গোৰ্খা  মহিলা সমিতিৰ উদ্যোগত ধনশিৰি অডিটৰিয়াম হলত অনুষ্ঠিত হোৱা উক্ত উৎসৱত গোৰ্খা  মহিলা আৰু গাভৰু সকলে নৃত্য গীত প্ৰদৰ্শন কৰে ৷ উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম এম তিলোত্তমা হাষ্ণু  ,এমএচি কৃষ্ণ ভট্টৰায় উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us