Install App
nalbarinews
This browser does not support the video element.
পশ্চিম নলবাৰী: বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত নিশা উখল মাখল পৰিবেশ,লোকে লোকাৰণ্য হৈ পৰিছে দেৱালয়ত মহাষ্টমীৰ নিশা
Pachim Nalbari, Nalbari | Sep 30, 2025
নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত নিশা উখল মাখল পৰিবেশ । লোকে লোকাৰণ্য হৈ পৰিছে দেৱালয় মহাষ্টমীৰ নিশা । ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰে ভিৰ কৰিছে দেৱালয়ত । মহানৱমীত ৪৭ টাকৈ মহ বলি আৰু উচৰ্গা কৰিছে ভক্তই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!