Download Now Banner

This browser does not support the video element.

জলহ ভাগ: ককলাবাৰীত ভাৰতীয় জনতা পাৰ্টী বাক্সা জিলাৰ  ককলাবাৰী মণ্ডলৰ উদ্যোগত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত।

Jalah Part, Baksa | Aug 22, 2025
আজি শুক্ৰবাৰে আবেলি ৪ বজাত ভাৰতীয় জনতা পাৰ্টী বাক্সা জিলাৰ  ককলাবাৰী মণ্ডলৰ উদ্যোগত চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত। BTR চৰকাৰৰ  সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলক প্ৰদান কৰা আৰ্থিক সকাহ চেক বিতৰণ অনুষ্ঠানত অনুষ্ঠিত কৰি আজি চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। আজি চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে  বাক্সা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিনেস বাসু আৰু ভাৰতীয় জনতা পাৰ্টীৰ বাক্সা জিলাৰ আন আন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us