Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: লালুকৰ ইছলামপুৰত মু্ৰ্গী চোৰ কৰি হাতে-লোটে ধৰা পৰিল হাবিজুল আৰু ৰঞ্জিৎ, ৰাইজে ধৰি বান্ধি চমজালে আৰক্ষীক

Bihpuria, Lakhimpur | Sep 25, 2025
লখিমপুৰ জিলাৰ লালুকৰ ইছলামপুৰত বৃহস্পতিবাৰে দুই মুৰ্গী চুৰক হাতেলুটে আটক কৰে ৰাইজে । মু্ৰ্গী চোৰ কৰি হাতে-লোটে ধৰা পৰিল হাবিজুল আৰু ৰঞ্জিৎ। পৰবৰ্তী সময়ত ৰাইজে ধৰি বান্ধি লালুক আৰক্ষীক দুই মুৰ্গী চুৰক ছমজাই দিয়ে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us