This browser does not support the video element.
লংকা: বিধায়ক শিবু মিশ্ৰৰ উপস্হিতিত লামডিংত ড্ৰাগছ বিৰোধী সমদল
Lanka, Hojai | Sep 9, 2025
লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেত্রী ৰিম্পী দাসৰ উপস্থিতিত লামডিংত ড্ৰাগছ বিৰোধী সমদল উলিওৱা হয়। ৰেলনগৰী লামডিংৰ বিভিন্ন দল সংগঠনৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে উক্ত সমদলত। সমাজক ড্ৰাগছ মুক্ত কৰাৰ বাবেই লামডিংত এই সমদল।