Download Now Banner

This browser does not support the video element.

ডিফু: কাৰ্বি আংলঙত অখিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান আৰু অবৈধ বেদখল উচ্ছেদৰ দাবীত বকলীয়াঘাটত  অৱস্থান ধৰ্ণা APHLC আৰু KSAৰ

Diphu, East Karbi Anglong | Aug 28, 2025
বেদখল উচ্ছেদ আৰু অজনজাতীয় লোকক ভূমি পট্টা প্ৰদানৰ প্ৰসংগক কেন্দ্ৰ কৰি শেহতীয়াকৈ কাৰ্বি আংলং জিলাত বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে দিনৰ ১ মান বজাত  বকলীয়াঘাট নগৰত  কাৰ্বি ছাত্ৰ সন্থা আৰু এপিএইচএলচি দলে যুটীয়াভাৱে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদ কাৰী সকলে হাতে হাতে বিভিন্ন শ্লʼগান সম্বলিত প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদী কাৰ্যসূচীত‌ অৱস্থান কৰা দেখিবলৈ পোৱা যায় ৷
Read More News
T & CPrivacy PolicyContact Us