This browser does not support the video element.
বিহপুৰীয়া: পাঁভত উচ্ছেদিত শিবিৰত পুনৰ উচ্ছেদৰ জাননী প্ৰশাসনৰ, উচ্ছেদিতৰ শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ললে জিলা আমছুৰ দলে
Bihpuria, Lakhimpur | Aug 31, 2025
লখিমপুৰ জিলাৰ হাৰমতী বন সনমণ্ডলৰ অন্তৰ্গত পাভ সংৰক্ষিত বনাঞ্চলত যোৱা তিনি বছৰ পূৰ্বে উচ্ছেদ কৰা ভূমিহীন লোকক লখিমপুৰ জিলা প্ৰশাসনে পাতি দিয়া শিবিৰত লখিমপুৰ বন সংমণ্ডলৰ পুনৰ উচ্ছেদৰ জাননী দিয়াকলৈ সৃষ্টি প্ৰতিক্ৰিয়াৰ।জাননীত উল্লেখ কৰা মতে প্ৰশাননে পাতি দিয়া শিবিৰত অবৈধ বেদখল কৰা বুলি ১৫ দিনৰ ভিতৰত শিবিৰ খালি কৰা নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে।পাভৰ উচ্ছেদিত শিবিৰ পৰিদৰ্শন কৰি দেওবাৰে পৰিস্থিতি বুজ ললে লখিমপুৰ জিলা আমছুৰ প্ৰতিনিধি দলে ।