Download Now Banner

This browser does not support the video element.

হাজো: এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি হাজোত উত্তপ্ত পৰিস্থিতি,পিতৃ পৰিয়ালে হত্যা কৰাৰ অভিযোগ,দুৰ্বৃত্তই জ্বলাই দিলে বাসগৃহ

Hajo, Kamrup | Sep 11, 2025
বৃহস্পতিবাৰে এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি হাজোৰ নতুন দিহিনাত।বোৱাৰী গৰাকীক হত্যাৰ অভিযোগ পিতৃ পৰিয়ালৰ। মৃত বোৱাৰী গৰাকীৰ নাম আনোৱাৰা বেগম। পিতৃ পৰিয়ালৰ দুৰ্বৃত্তৰ দলে জ্বলাই দিলে স্বামী ইমৰান আলীৰ বাসগৃহ। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা অব্যাহত।
Read More News
T & CPrivacy PolicyContact Us