Download Now Banner

This browser does not support the video element.

ওদালগুৰি: হাবিগাওঁত পাঁচনৈ চেৰফাং সমষ্টিৰ নিৰ্বাচনী সভাত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,বিধায়ক ৰূপজ্যোতি কুৰ্মী

Udalguri, Udalguri | Sep 11, 2025
বিজেপি ৩৯পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ হাবিগাওঁৰ নিৰ্বাচনী সভাখনি হাবিগাওঁত দুৰ্গা মন্দিৰত অনুষ্ঠিত হৈ যায় । আজি ওদালগুৰি জিলাৰ হাবিগাঁও ভিচিডিচিত ৰাইজে আয়োজন কৰা ভাৰতীয় জনতা পাৰ্টীৰ ৩৯ নং পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী দীপক মৌৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উচ্চাস- উল্লাহ দেখি এটাই কথা প্ৰমাণিত কৰিছে যে বিটিআৰত এইবাৰ বিজেপি চৰকাৰ হোৱাটো নিশ্চিত । এইবাৰ দিপক মৌৰ বিটিআৰৰ ইএম হব ৷
Read More News
T & CPrivacy PolicyContact Us