This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: বৰডুবি গাঁৱত পৰকীয়া প্ৰেমৰ ঘটনা,পত্নীৰ অবৈধ প্ৰেমিকৰ বিৰুদ্ধে ঠেলামৰা থানাত এজাহাৰ দাখিল স্বাৰীৰ
Dhekiajuli Part, Sonitpur | Sep 7, 2025
ৰাজ্যত দৈনিক বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা ৷ পৰকীয়া প্ৰেমৰ বাবে পুনৰ থানবান হ’ল বৰডুলি গাঁৱত এটা সুখৰ সংহাৰ ৷ নিৰুপায় স্বামীয়ে পত্নীৰ প্ৰেমিক বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ লগলে দেওবাৰে বিয়লি অনুমানিক ৩ বজাত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে ৷ মহিলাগৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি মৰিগাঁও জিলাৰ লাহৰীঘাট থানা এলেকাৰ আনাৰুল হুছেইন নামৰ এই যুৱকজনে মহিলাগৰাকীক ফুচাই পলোৱাই নিয়ে ৷ আনকি স্বামীৰ জমা ধনৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰৰ উপৰিও সমূহ নথিপত্ৰ লৈ যায় ৷