This browser does not support the video element.
নাজিৰা: বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ কবলত বৃহত্তৰ গেলেকী অঞ্চল #jansamasya
Nazira, Sivasagar | Sep 12, 2025
শিৱসাগৰ জিলাৰ বৃহত্তৰ গেলেকী অঞ্চল কৃত্ৰিম বানৰ কবলত।জীয়াতু ভুগি আছে ৰাইজে।বাটপথ,ঘৰ দুৱাৰ পানীত ডুব যায়।কৃষি কৰ্মৰ পৰাও বিৰত থাকিব লগা হয় কৃষক সকল।বাটপথ সমুহ পানীত ডুব যোৱাৰ ফলত যাতায়াতত যমৰ যাতনা ভুগি আহিছে পথচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে।কেইবাখনো নৈ খনন নকৰাৰ ফলত বছৰ বছৰ ধৰি কৃত্ৰিম বানৰ কবলত পৰি আহিছে গেলেকীৰ বিভিন্ন অঞ্চল।গেলেকীবাসীৰ এই দীৰ্ঘদিনীয়া সমস্যাই জ্বলা কলা খুৱাই আহিছে ৰাইজক।শুক্ৰবাৰে দল সংগঠনৰ বিষয়ববীয়াই ব্যক্ত কৰিলে মন্তব্য।