This browser does not support the video element.
সোণাৰি: জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বিধায়কৰ উপস্থিতিত অনুষ্ঠিত হ'ল কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণপদক লাভ কৰা খেলুৱৈক সম্বৰ্ধনা
Sonari, Charaideo | Sep 2, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয় সন্মুখত কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণজয়ী হৈ সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত সম্বৰ্ধনা কাৰ্যসূচী।জিলাখনৰ বিভিন্ন দল সংগঠনে এই দুগৰাকীকৈ খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সম্বৰ্ধনা জনাই ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক। ইফালে সোণাৰি প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্পাদক হানচেং কোঁৱৰ আৰু সহ সম্পাদক আব্দুল জাব্বাৰেও