This browser does not support the video element.
বোকাখাত: বোকাখাত আৰক্ষী চকীত টকাৰ উজান, ৪ব্যক্তিসহ টকা ভৰ্তি বেগ জব্দ বোকাখাত আৰক্ষীৰ
Bokakhat, Golaghat | Oct 6, 2025
বোকাখাত আৰক্ষী চকীত টকাৰ উজান। ৪ ব্যক্তিসহ টকা ভৰ্তি বেগ জব্দ বোকাখাত আৰক্ষীৰ। সোমবাৰে দিনৰ প্ৰায় ১০ বজাত বোকাখাত থানাত সাংবাদিকৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সম্পৰ্কত জানিব বিচাৰে যদিও কোনো ধৰণৰ কথা জানিবলৈ দিয়া হোৱা নাই সংবাদ মাধ্যমক। উল্লেখ্য যে পুৱতি নিশা গোপন খবৰ ভিত্তিত যোৰহাট দিশৰ পৰা আহি থকা এখন AS12AK2879 নম্বৰ বগা ৰঙৰ বাহনৰ পৰা থানাৰ সন্মুখত উদ্ধাৰ কৰে দুটা টকা ভৰ্তি বেগ। প্ৰায় ৫৫ৰ পৰা ৬০ লাখ টকা উদ্ধাৰ হোৱা বুলি জনা গৈছে।