Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: শুকুৰ আলিই কোকৰাঝাৰ ফকিৰাগ্ৰাম সমষ্টিৰ বাবে জিলা আয়ুক্ত কাৰ্য্যালয়ত মনোনয়ন দাখিল

Kokrajhar Part, Kokrajhar | Sep 2, 2025
বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী শুকুৰ আলিই কোকৰাঝাৰ ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব । মঙলবাৰে আবেলি ৩ বজাত কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ । মনোনয়ন দাখিল কৰি এইবাৰ হিন্দীতে শুকুৰ আলিৰ মন্তব্য … তেওঁৰ বিজয় নিশ্চিত । ফকিৰাগ্ৰাম সমষ্টিৰ সুৰক্ষা, উন্নয়ন , শিশু -মহিলাৰ বাবে কাম কৰিব ।
Read More News
T & CPrivacy PolicyContact Us