Download Now Banner

This browser does not support the video element.

পলাশবাৰী: মিৰ্জাত সংঘটিত ধৰ্ষণকাণ্ডৰ ৩অভিযুক্তৰ উচিত শাস্তিৰ দাবী দ: কামৰূপ ছাত্ৰ সন্থাৰ,পলাশবাৰী আৰক্ষী চকীত স্মাৰক পত্ৰ প্ৰেৰণ

Palasbari, Kamrup | Sep 2, 2025
দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত ধৰ্ষণকাণ্ডৰ অভিযুক্ত ৩ পাষণ্ডৰ উচিত শাস্তিৰ দাবী দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ। মঙলবাৰে পলাশবাৰী আৰক্ষী চকীত স্মাৰক পত্ৰ প্ৰেৰণ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ। ইপিনে সুৰা,গাঞ্জা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰৱ দক্ষিণ কামৰূপ ছাত্ৰ সন্থা।
Read More News
T & CPrivacy PolicyContact Us