Download Now Banner

This browser does not support the video element.

বকো: বকোৰ গামেৰীমূৰাত শিক্ষক দিৱস উদযাপন, মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া

Boko, Kamrup | Sep 5, 2025
শুকুৰবাৰে বকোৰ গামেৰীমূৰাত শিক্ষক দিৱস উদযাপন। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া, চক্ৰপাণি পৰাশৰে। মুখ্য অতিথিৰ ভাষণত চৰকাৰে শিক্ষকক প্ৰদান কৰা কৃতি শিক্ষক বঁটা আদৰণীয় বুলি মন্তব্য । ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান পৰিৱেশন।
Read More News
T & CPrivacy PolicyContact Us