Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰত জিলা কংগ্ৰেছৰ সভাপতি গংগাজ্যোতি টায়েগামৰ বিৰুদ্ধে স্বেচ্ছাচাৰীতাৰ অভিযোগ তুলি পদত্যাগ জ্যেষ্ঠ নেতা দেৱ কুমাৰ দাসৰ
North Lakhimpur, Lakhimpur | Aug 23, 2025
'মই লজ্জিত আৰু অপমানিত হৈ পদত্যাগ কৰিছো।' লখিমপুৰ কংগ্ৰেছত বিদ্ৰোহ। জিলা সভাপতি গংগাজ্যোতি টায়েগামৰ বিৰুদ্ধে স্বেচ্ছাচাৰীতাৰ অভিযোগ তুলি শনিবাৰে উত্তৰ লখিমপুৰ নগৰত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে লখিমপুৰ জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱ কুমাৰ দাসে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!