This browser does not support the video element.
কোকৰাঝাৰ ভাগ: নেৰা নেপেৰা বৰষুণৰ ফলত ভুটানৰ পৰা বৈ অহা জানালি নদিৰ বাঢ়নি পানিৰ প্লাবিত ৰইমানাত বহু গাঁও
Kokrajhar Part, Kokrajhar | Aug 11, 2025
দুই দিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত ভুটানৰ পৰা বৈ অহা জানালি নদিৰ বাঢ়নি পানিয়ে বান পানিৰ সৃষ্টি কৰিছে । প্লাবিত হৈছে ৰাইমোনা ৰাস্ত্ৰীয় উদ্যানৰ সমিপত থকা বহু কৈখন গাঁও। সোমবাৰে তথা আজি দিনৰ ১২ বজাৰ ভাগত বল্লামঝোৰা, জানালি,ৰাইমোনা, মথামবিল গাঁও সমুহত জলমগ্ন হৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। হা কুকুৰা জিৱ যন্তু আদি কে ধৰি মানুহৰ থকা খোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । বিভাগীয় কতৃপক্ষই ইতিমধ্যে উপস্থিত হৈ পৰিবেশৰ বুজ লয়।