Download Now Banner

This browser does not support the video element.

মৰাণ: বিধায়ক চক্ৰধৰ গগৈ উপস্থিতিত খোৱাং মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ'ল যোগদান কাৰ্যসূচী

Moran, Dibrugarh | Aug 26, 2025
বিধায়ক চক্ৰধৰ গগৈ উপস্থিতিত খোৱাং মইনা পাৰিজাত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হ'ল যোগদান কাৰ্যসূচী। এই অনুষ্ঠানত অসম জাতীয় পৰিষদ এৰি পুনৰ বিজেপিত যোগদান খোৱাং আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী ভূপেন ফুকনৰ  জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই ১৬০০ ভোট লাভ কৰিছিল ভূপেন ফুকনে
Read More News
T & CPrivacy PolicyContact Us