Install App
jitumonisaikia444
This browser does not support the video element.
লংকা: জিলাখনত যোৱা বছৰ ৮৩ টা আৰু এইবছৰ বৰ্তমানলৈকে ২৭ টা এইচ আই ভি এইডছ পজিটিভ মন্তব্য জিলা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষৰ
Lanka, Hojai | Aug 27, 2025
যোৱা বছৰ হোজাই জিলাখনত ৮৩ টা এইচ আই ভি পজিটিভৰ ভিতৰত ৭৫ জন সাধাৰণ ৰোগী আৰু ৮ গৰ্ভৱতী মহিলাৰ এইচ আই ভি এইডছ পজিটিভ ধৰা পৰিছিল। আৰু এই বছৰ বৰ্তমানলৈকে উলোৱা ২৭ টা এইচ আই ভি এইডছ পজিটিভৰ ভিতৰত ১ গৰাকী গৰ্ভৱতী মহিলা আৰু বাকী ২৬ জন সাধাৰণ ৰোগীৰ ধৰা পৰিছে। বুধবাৰে দুপৰীয়া ২:৩০ মান বজাত জোৰাপুখুৰীস্হিত জিলা অসামৰিক চিকিৎসালয়ত জানিব দিয়ে চিকিৎসালয়খনৰ অধ্যক্ষ ডা° বাসুদেব মালাকাৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!