This browser does not support the video element.
ডিফু: ডিফুত যান-বাহন আইন উলংঘাকাৰীসকলৰ মাজত জিলা পৰিবহণ বিষয়াৰ সজাগতা সভা
Diphu, East Karbi Anglong | Sep 4, 2025
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১ মান বজাত ডিফুত যান-বাহন আইন উলংঘাকাৰী সকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত কৰে জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে ৷ সভাত যান-বাহন আইন উলংঘা কৰিলে আইনৰ কিকি শাস্তৰ সন্মূখীন হব লগীয়া হয় তাৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয় ৷ তদুপৰি জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা উপস্থিত থকা অংশ গ্ৰহণকাৰী সকলৰ মাজত কেতবোৰ দিহা পৰামৰ্শও আগবঢ়োৱা হয় বুলি জানিব পৰা গৈছে ৷