Install App
usr509065
This browser does not support the video element.
টিংখং: টিংখাঙত ন-শ্ৰী পুৰীয়া গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড , ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল খুৰীয়েকৰ , হত্যাকাৰীক আটক আৰক্ষী
Tingkhong, Dibrugarh | Sep 8, 2025
টিংখাঙত চাঞ্চল্য হত্যাকাণ্ড। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল খুৰীয়েকৰ। নিশা টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ন-শ্ৰী পুৰীয়া গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। নিশা টিংখাং আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ঘাটক অনিল কেওঁটক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!