Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাটত জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সামৰণি, অতিৰিক্ত আয়ুক্ত,জিলা ক্ৰীড়া বিষয়া

Golaghat, Golaghat | Aug 31, 2025
গোলাঘাটত জিলা প্ৰশাসনৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দেওবাৰে সামৰণি পৰে। গোলাঘাটৰ অতিৰিক্ত আয়ুক্ত, জিলা ক্ৰীড়া বিষয়া উপস্থিতিত বিয়লি প্ৰায় ৪.৩০ মান বজাত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় ক্ৰীড়া প্ৰকল্পৰ পৰা আয়োজিত এক চাইকেল ৰেলীৰ যোগেদি অন্ত পৰে । জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্তৰ লগতে জিলা ক্ৰীড়া বিষয়া, স্প'ৰ্টছ অথ'ৰিটি অৱ ইণ্ডিয়াৰ বিষয়া, জিলাখনৰ বিশিষ্ট খেলুৱৈ, খেল সংগঠক আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত
Read More News
T & CPrivacy PolicyContact Us