This browser does not support the video element.
ধেমাজি: জিলা বিভিন্ন ঠাইত বীৰ লাচিত সেনাৰ ধেমাজি জিলা সমিতিৰ সন্দেহ যুক্ত মিঞা খেদা অভিযান
Dhemaji, Dhemaji | Aug 12, 2025
ৰাজ্যৰ লগতে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰান্তত সন্দেহ যুক্ত লোকক বিচাৰি অভিযান জাতীয় দল সংগঠনৰ তাৰ সমান্তৰাল ভাৱে মঙ্গল বাৰে বীৰ লাচিত সেনাৰ জিলা সমিতিৰ উদ্যোগত ধেমাজি জিলাৰ ভাড়াঘৰে ভাড়াঘৰে গৈ সন্দেহ যুক্ত মিঞা বিচাৰি অভিযান চলালে ধেমাজি বীৰ লাচিত সেনাই । লগতে ধেমাজি জিলাত ১৫ আগষ্টৰ ভিতৰত সকলো সন্দেহ যুক্ত মিঞাক ধেমাজি এৰিবলৈ হকিয়নি বীৰ লাচিত সেনাৰ।