Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰৰ ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা,ভবেন বৰুৱা বটা বিশিষ্ট অভিনেতা অৰুণ নাথলৈ,উপস্থিত AJYCP কেন্দ্ৰীয় সভাপতি

Nalbari, Nalbari | Sep 3, 2025
নলবাৰী নাট্য মন্দিৰত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা।ভবেন বৰুৱা বটা প্ৰদান কৰে বিশিষ্ট অভিনেতা অৰুণ নাথলৈ। ভবেন বৰুৱা বটা নলবাৰী নাট্য মন্দিৰত ৪ দিনিয়াকৈ অনুষ্ঠিত হৈছে সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা । ইফালে আজি ভবেন বৰুৱা বটা প্ৰদান কৰে বিশিষ্ট অভিনেতা অৰুণ নাথক।উল্লেখযোগ্য য়ে বটা প্ৰদানৰ পূৰ্বে হাতীৰে সমদল কৰি ঢুলীয়া বেণ্ডপাৰ্টিৰে আদৰি আনে নলবাৰী নাট্য মন্দিৰলৈ বটা প্ৰাপক অৰুণ নাথক ।
Read More News
T & CPrivacy PolicyContact Us