Download Now Banner

This browser does not support the video element.

ধেমাজি: চিলাপথাৰত TMPK,MMK আৰুTMMK বৰলুং আঞ্চলিক সমিতিৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত সজাগতা সভা, উপস্থিত MAC EM

Dhemaji, Dhemaji | Aug 28, 2025
TMPK,MMK আৰুTMMK চিলাপথাৰ জিলা সমিতিৰ অন্তৰ্গত বৰলুং আঞ্চলিক সমিতিৰ উদ্যোগত ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাংকপ খজুৱা কৃষ্টি ভৱনত বাল্য বিবাহ আৰু মাদক দ্ৰব্য বিৰোধী বিশাল সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাত নিচা মুক্ত এখন সুন্দৰ সমাজ গঢ়া, বাল্য বিবাহ, ওপৰিও নৱ প্ৰজন্মৰ জাৰীয়তে এখন সুস্থ সবল সুন্দৰ সমাজ গঢ়াৰ ক্ষেত্ৰ আলোচনা কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us