Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: জি এছ পি অহা মানে বিটিআৰ ত অশান্ত হোৱা, ফকিৰাগ্ৰামত সমালোচনা কৰি মন্তব্য বিজেপিৰ প্ৰাৰ্থী অৰুপ কুমাৰ দেই

Kokrajhar Part, Kokrajhar | Sep 8, 2025
জি এছ পি অহা মানে বিটিআৰ ত অশান্ত কৰিব। বড়ো আৰু অবড়ো কৰাৰ পুনৰ চেষ্টা চলাই প্ৰাক্তন সাংসদ নৱ কুমাৰ চৰণীয়াই। সোমবাৰে আবেলি ৩ বজাত ফকিৰাগ্ৰামত গণ সুৰক্ষা পাৰ্টি তথা জি এছ পিক কঠোৰ ভাবে সমালোচনা কৰি এনে মণ্ডব্য প্ৰদান কৰে কিৰাগ্ৰাম বিটিচি পৰিষদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা কাৰ্য্যবাহী সদস্য অৰুপ কুমাৰ দেই। জি এছ পি দলে ফকিৰাগ্ৰাম সমষ্টিত চকুমাৰ দেবনাথ ক প্ৰাৰ্থী প্ৰদান কৰাৰ পিছত আজি এনেকৈ মন্তব্য কৰে অৰুপ কুমাৰ দেই।
Read More News
T & CPrivacy PolicyContact Us