Download Now Banner

This browser does not support the video element.

ডিফু: ৬ বিদ্ৰোহী সংগঠনৰ চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ ডিফুত ৪ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন

Diphu, East Karbi Anglong | Sep 4, 2025
বৃহস্পতিবাৰে দিনৰ ২ মান বজাত ডিফুস্থিত লাংকুং হাবে মেমৰিয়েল টাউন হলত কাৰ্বি আংলঙৰ ৬ উগ্ৰপন্থী সংগঠনৰ চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ ৪ বছৰ উকলি যোৱাত চতুৰ্থ বৰ্ষপুৰ্তি উদযাপন কৰে সংগঠন সমুহৰ কেডাৰ সকলে ৷  ২০২১ চনৰ ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা চুক্তিখনৰ দফাসমূহ বৰ্তমানেও সম্পূৰ্ণৰূপে ৰূপায়ন হোৱা নাই। এই চুক্তি ৰূপায়নৰ বাবে পুনৰ দিল্লী যাত্ৰা কৰি কাৰ্বি আংলং পৰিষদে সংসদৰ পৰৱৰ্তী অধিৱেশনত ষষ্ঠ অনুসূচীৰ ১২৫ সংখ্যক সংশোধনীৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷
Read More News
T & CPrivacy PolicyContact Us