Download Now Banner

This browser does not support the video element.

সোণাৰি: জৱকাত ড্ৰাগছ সৰবৰাহকাৰী মহিলাক আটক, সোণাৰি আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ সহ আটক কৰিলে নগালেণ্ডৰ মহিলা গৰাকীক

Sonari, Charaideo | Aug 28, 2025
চৰাইদেউ জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি দিনত সোণাৰিৰ ভজো বেচিক তিনি আলিত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক কৰে সোণাৰি আৰক্ষীৰ। পুনৰ চৰাইদেউ আৰক্ষীৰ ডি এছ পি অৰিয়েন নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নামতোলা ৰোডৰ জৱকাত তালাচী চলাই ড্ৰাগছ সৰ্বৰাহকাৰী মহিলাক আটক কৰি বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে। সোণাৰি - নামতোলা সংযোগী পথত নগালেণ্ডৰ মন জিলাৰ পৰা আহি থকা এখন বাহনত তালাচী চলাই আন্নুন কন্যাক নামৰ এগৰাকী মহিলাক আটক কৰাৰ উপৰিও তেওঁৰ পৰা প্ৰায় ১২
Read More News
T & CPrivacy PolicyContact Us