Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: উৰিয়ামঘাট সীমান্তত অসমৰ ভূ খণ্ডত নগাৰ ৰুদ্ৰৰূপ দেখি হাতযোৰ কৰিবলৈ বাধ্য হ'ল অসম আৰক্ষী

Sarupathar, Golaghat | Aug 21, 2025
উৰিয়ামঘাট সীমান্তত অসমৰ ভূ খণ্ডত নগাৰ ৰুদ্ৰৰূপ দেখি হাতযোৰ কৰিবলৈ বাধ্য হল অসম আৰক্ষী। এই দৃশ্য বৃহস্পতি বাৰে বিয়লি প্ৰায় ৪.৩০ বজাত। ক্ৰমাৎ জটিল হৈ পৰিছে অসম-নাগালেণ্ড সীমান্ত অঞ্চল। অসম চৰকাৰে উচ্ছেদ চলোৱাৰ পিছতেই উৰিয়ামঘাটৰ বিদ্যাপুৰকে ধৰি একাধিক অঞ্চল নাগালেণ্ডৰ বুলি দাবী কৰি আহিছে নগা লোক সকলে। পুনৰ এবাৰ পৰিলক্ষিত হল অসমৰ মাটিত নগাৰ ভাবুকি। নগাৰ ৰুদ্ৰৰূপ দেখি হাতযোৰ কৰিবলৈ বাধ্য অসম আৰক্ষী।
Read More News
T & CPrivacy PolicyContact Us