Install App
usr509065
This browser does not support the video element.
পূব ডিব্ৰুগড়: লাহোৱালৰ বকুলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা,দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, দুজন আহত
Dibrugarh East, Dibrugarh | Sep 4, 2025
লাহোৱালৰ বকুলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। ঘটনাত দুইখন বাইকৰ আৰোহী গুৰুতৰভাৱে আহত। সংকট জনক অৱস্থাত AMCH লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!