Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱৰ পশ্চিম লাচিতপুৰত শিহৰনকাৰী ঘটনা,একাংশ লোকৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজন লোকে,আটক ৫ জন

North Guwahati Part, Kamrup | Aug 22, 2025
শুকুৰবাৰে আমিনগাঁৱৰ পশ্চিম লাচিতপুৰত শিহৰনকাৰী ঘটনা,একাংশ লোকৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱালে এজন লোকে।চুৰিৰ সন্দেহত ব্যক্তিজনক প্ৰহাৰ কৰিছিল একাংশ উন্মাদ লোকে। ঘটনাত জড়িত নিজাম আলী, চাইদুল ইছলাম সহ ৫ জনক আটক কৰিছে আমিনগাওঁ আৰক্ষীয়ে।নগণ প্ৰহাৰত মৃত লোকজনৰ মৃতদেহ তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ৰখা হৈছে ।
Read More News
T & CPrivacy PolicyContact Us