জোনাইত এটি ১১ বছৰীয়া কিশোৰ উদ্ধাৰ , আৰক্ষীৰ সুধা পোছা অব্যাহত মঙ্গল বাৰে আবেলি প্ৰায় 5 মান বজাত জোনাই ত এটি কিশোৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। কাৰ লগত কিশোৰ টি জোনাই পালেহি জানিব পৰা হোৱা নাই যদিও কোনো লোকে যদি কিশোৰ টিক চিনি পায় জোনাই আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায়। ইফালে বাতৰি লিখা সময়ৰ লৈকে কিশোৰ জনৰ নাম অজিত গোৱালা, বয়স প্ৰায় ১১ বছৰ,