This browser does not support the video element.
ডিফু: ফুলনিত বিভিন্ন দাবীলৈ এপিএইছএলচিৰ প্ৰতিবাদী ধৰ্ণা
Diphu, East Karbi Anglong | Sep 9, 2025
মঙলবাৰে বিয়লি প্ৰায় চাৰিমান বজাত ফুলনিত এপিএইছএলচি দলে বিভিন্ন দাবীলৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ ছামেলাংচত সংহত কমপ্ৰেছড বায়গেছ প্ৰকল্প হুমবিনত হাইডেল পাম্প ষ্টৰেজ প্ৰজেক্ট স্থাপন কৰাৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷ উক্ত প্ৰজেক্ট সমূহ স্থাপন হেল স্থানীয় ৰাইজৰ অসুবিধা হব বুলি যুক্তি প্ৰদৰ্শন কৰে প্ৰতিবাদ কাৰী সকলে ৷