This browser does not support the video element.
সোণাৰি: মাহমৰাত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ জৰিয়তে মাহমৰা সমষ্টিৰ ৰোগীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে কেবিনেট মন্ত্ৰী যোগেন মহন
Sonari, Charaideo | Aug 25, 2025
মাহমৰাত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ দ্বাৰা মাহমৰা সমষ্টিৰ কেইবাগৰাকী ৰোগীক চেক বিতৰণ কৰি সাহাৰ্য্য প্ৰদান কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহন, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগৰ মন্ত্ৰী যোগেন মহনে। সকলোৰে অতি শীঘ্ৰেই আশু আৰোগ্য কামনা কৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা পৰিচালিত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ জৰিয়তে মাহমৰা বিধানসভা সমষ্টিৰ কেইবাগৰাকীও অসুস্থ ৰোগীক আজি আৰ্থ