Download Now Banner

This browser does not support the video element.

নলবাৰী: জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জিলা শাখা প্ৰৱন্ধক,জিলাৰ উদ্যোগত অনুষ্ঠিত জিলা পৰামৰ্শদাতা সমিতিৰে বৈঠক

Nalbari, Nalbari | Sep 11, 2025
জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জিলা শাখা প্ৰৱন্ধক, নলবাৰীৰ উদ্যোগত অনুষ্ঠিত জিলা পৰামৰ্শদাতা সমিতি আৰু জিলা স্তৰীয় সমীক্ষা সমিতিৰ বৈঠকত সভাপতিত্ব কৰে। উক্ত বৈঠকত জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ বেংকিং আৰু উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্য সদস্যসকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us