Install App
shivbhakti
This browser does not support the video element.
দিছপুৰ: নামঘৰ,মন্দিৰ থকা স্থানৰ পৰা ৫ কিমি দূৰত্বৰ ভিতৰত খাব নোৱাৰিব নিষিদ্ধ মাংস,দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ মন্তব্য
Dispur, Kamrup Metropolitan | Jun 20, 2025
নামঘৰ,মন্দিৰ থকা স্থানৰ পৰা ৫ কিমি দূৰত্বৰ ভিতৰত খাব নোৱাৰিব নিষিদ্ধ মাংস। শুকুৰবাৰে দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ মন্তব্য। Cattle Preservation Act বলৱৎ কৰিলে মন্দিৰ-নামঘৰৰ পাঁচ কিলোমিটাৰৰ ভিতৰত নিষিদ্ধ মাংস কাটিব নোৱাৰিব ৷ অহা ঈদত কুৰবানীৰ নামত এই নিষিদ্ধ মাংস কাটিব নোৱাৰিব নামঘৰ-মন্দিৰৰ ওচৰত ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!