Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত উৰণীয়া সেঁতুৰ সমীপৰ দলঙেৰে পানী নিষ্কাষণৰ পথ বন্ধ হোৱাত কৃত্ৰিম বানৰ সৃষ্টি, স্থানীয় একাংশ লোকৰ ক্ষোভ প্ৰকাশ

Rangia Part, Kamrup | Aug 31, 2025
ৰঙিয়াৰ উৰণীয়া সেঁতুৰ সমীপৰ দলঙেৰে পানী নিষ্কাষণৰ পথ বন্ধ হোৱাত কৃত্ৰিম বানৰ সৃষ্টি। দেওবাৰে সংবাদমাধ্যমৰ আগত ক্ষোভ একাংশ লোকৰ। বৃহত্তৰ গৰকা, খৈৰাবাৰী, দীপ্তেশ্বৰী, নকুল আদি অঞ্চলৰ গাঁৱৰ ৰাইজ কৃত্ৰিম বানত ডুব গৈছে। ঠিকাদাৰ তথা ব্যৱসায়ী ইউনুছৰ ৰহমানে নিজ ময়মতালিৰে IOC দলঙৰ পানী নিষ্কাষণৰ পথ বন্ধ কৰিছে। খিলঞ্জীয়া এজন গড়কাপ্তানী বিভাগৰ ঠিকাদাৰে বিৰুদ্ধে অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us