Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কাকৰ চিইএম তুলিৰাম ৰংহাঙৰ

Diphu, East Karbi Anglong | Aug 31, 2025
দেওবাৰে    দিনৰ প্ৰায় ২ বজাত ডিফুৰ চৰকাৰী বাস ভৱনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কৰে কাৰ্বি আংলং স্বায়তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে  ৷  কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ অভাৱ - অভিযোগবোৰৰ গুৰুত্ব সহকাৰে শুনে  আৰু সেইবোৰ বিবেচনা ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ তদুপৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে চিইএম তুলিৰাম ৰংহাঙক কাৰ্বি পহ'ৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷
Read More News
T & CPrivacy PolicyContact Us