Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: ধেমাজিত সদাগৰ এণ্ড চনছ্ হিৰো” ডিলাৰ শুভ উদ্বোধন কৰে MACৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই
Dhemaji, Dhemaji | Sep 10, 2025
ধেমাজিত সদাগৰ এণ্ড চনছ্ হিৰো” ডিলাৰ শুভ উদ্বোধন কৰে MACৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই বুধ বাৰে ধেমাজি সদৰত সদাগৰ এণ্ড চনছ্ হিৰো” ডিলাৰ শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত হিৰো” ডিলাৰ টো উদ্বোধন কৰা লগতে অঞ্চল টোৰ যুৱক সকল আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা ওপৰিও বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!