Download Now Banner

This browser does not support the video element.

বোকাখাত: কাজিৰঙাৰ কহঁৰা চাৰি আলিত কহঁৰা জমে মছজিদ কমিটিয়ে দোৱাৰে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Bokakhat, Golaghat | Sep 22, 2025
কাজিৰঙাৰ কহঁৰা চাৰি আলিত কহঁৰা জমে মছজিদ কমিটিয়ে সোমবাৰে নিশা ৮ বজাত দোৱাৰে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। সকলোৰে হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যৰ সৰ্বত্ৰে এতিয়া শোক বন্যা। জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে। আজি কঁহৰা চাৰিআলিত কঁহৰা জমে মছজিদ সমিতিয়ে প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আত্মাৰ সদগতিৰ বাবে দোৱা কৰে।
Read More News
T & CPrivacy PolicyContact Us