Download Now Banner

This browser does not support the video element.

বৰক্ষেত্ৰী: বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰতলাত ৰাজহুৱা সম্বধৰ্ণা অনুষ্ঠান

Barkhetri, Nalbari | Aug 24, 2025
৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩ নং বৰতলা গাঁৱক ভাৰত চৰকাৰে 'আদৰ্শ গাঁও' হিচাপে স্বীকৃতি প্ৰদান । এই আনন্দ আৰু গৌৰৱৰ ক্ষণত ৩ নং বৰতলা গাঁওবাসী ৰাইজে আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক, GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকা।সভাখনত জিলা পৰিষদৰ সদস্যা দীপ্তি তালুকদাৰ , আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী ,কালদি গাঁও পঞ্চায়তৰ সভানেত্ৰী মিতালী মেধিৰ লগতে বুথৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us