Install App
mobarak.officialpage
This browser does not support the video element.
বাক্সা: আজি বাক্সাৰ খাৰিজা বিজনী (শতদল) শাখা সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত প্রয়াত শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
Baska, Baksa | Sep 28, 2025
আজি বাক্সাৰ খাৰিজা বিজনী (শতদল) শাখা সাহিত্য সভাৰ উদ্যোগত ওদালগুৰিত প্রয়াত শিল্পী জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি বিশ্ব বৰেণ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক পৰমাত্মাৰ সদ্গতিৰ বাবে পাঁচ গছি চাকিৰে শ্ৰদ্ধাঞ্জলি জনাই । উক্ত শ্ৰদ্ধাঞ্জলি অনুস্থানত উপস্থিত থাকে বাৰাপেটা গাঁওৰ ৰাইজ সকলে খাৰিজা বিজনী (শতদল) শাখা সাহিত্য সভাৰ বিষয়ববীয়া সকলে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!