Download Now Banner

This browser does not support the video element.

ডিফু: বকলীয়াঘাটৰ শ্বাসৰূদ্ধকৰ ঘটনা,  নেপকুৰ খুটাত আত্মহত্যা প্ৰচেষ্টা যুৱকৰ

Diphu, East Karbi Anglong | Sep 10, 2025
বকলীয়াঘাট কাছমাৰিত বুধবাৰে পুৱা প্ৰায় ১০ মান বজাত এক শ্বাসৰূদ্ধকৰ ঘটনাই সমগ্ৰ অঞ্চলতে এক চাঞ্চল্যৰ সৃষ্টি কৰিলে ৷ বাবু টেৰণ নামৰ এজন চফল ডেকাই গৃহ কন্দলৰ পাছতে পথাৰৰ মাজৰ নেপকুৰ এটা খুটাৰ শীৰ্ষলৈ গৈ আত্মহত্যাৰ প্ৰচেষ্টা চলায় ৷ ক্ষন্তেকৰ বাৱে বিশাল পথাৰ খনত লোকাৰণ্য হৈ পৰে ৷ জিলা প্ৰাশাসন, বকলীয়াঘাট আৰক্ষীৰ এটি দলে মাইক লৈ বাৰম্বাৰ যুৱক জনক নামি আহিবলৈ অনুৰুধ কৰে যদিও পাচঘন্টা সময় যুৱক জন খুটাতে উঠি আকোৰগোজ স্থিতি লয় ৷ কোনো কাৰণতে যুৱক জন নামি আহিবলৈ সন্মত নহয় ৷
Read More News
T & CPrivacy PolicyContact Us