Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰস্থিত ৰাজীৱ ভৱন'ত অনুষ্ঠিত হয় নলবাৰী টাউন ব্লক কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সভা
Nalbari, Nalbari | Aug 25, 2025
নলবাৰী জিলা কংগ্ৰেছৰ বি,এল, এ, প্ৰশিক্ষণৰ বাবে আজি সন্ধিয়া নলবাৰী ৰাজীৱ ভৱন'ত অনুষ্ঠিত নলবাৰী টাউন ব্লক কংগ্ৰেছৰ প্ৰস্তুতি সভা ও কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।উক্ত সভাত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দিব্যজ্যোতি হালৈ উপস্থিত থাকে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!