This browser does not support the video element.
দেৰগাঁও: ৰহস্যৰ আৱৰ্তত জাৰ্ফ্ৰিনা ৰহমানৰ মৃত্যুৰ ঘটনা,দেৰগাঁৱত মৃতদেহ উদ্ধাৰ হোৱা কোঠাত উদ্ধাৰ হৈছে হেণ্ড গ্ল’ভচ
Dergaon, Golaghat | Aug 24, 2025
ৰহস্যৰ আৱৰ্তত জাৰ্ফ্ৰিনা ৰহমানৰ মৃত্যুৰ ঘটনা। দেওবাৰে দিনৰ প্ৰায় ৪ মান বজাত দেৰগাঁৱত মৃতদেহ উদ্ধাৰ হোৱা কোঠাত উদ্ধাৰ হৈছে হেণ্ড গ্ল’ভচ। ইয়াৰ পিছতেই অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনাটো। ইফালে জাৰ্ফ্ৰিনাৰ ডায়েৰীত বহু বিস্ফোৰক তথ্য থকাৰ অভিযোগ ভাতৃৰ। অন্যহাতে আৰক্ষীৰ সন্মুখত হেণ্ড গ্ল’ভচ উদ্ধাৰ হোৱা বুলি জনায় জাৰ্ফ্ৰিনাৰ ভাতৃৱে। উল্লেখ্য যে, যোৱা ১৯ আগষ্টত দেৰগাঁৱৰ বাসগৃহত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল জাৰ্ফ্ৰিনা ৰহমানৰ মৃতদেহ।