Download Now Banner

This browser does not support the video element.

গোলাঘাট: নগাৰ বিৰুদ্ধে মেৰাপানীত যুদ্ধংদেহী ৰূপত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ, অসমীয়াৰ ওপৰত বীৰত্ব নেদেখুৱাবলৈ নগাক শেষ সকীয়নি

Golaghat, Golaghat | Sep 4, 2025
নগাৰ বিৰুদ্ধে মেৰাপানীত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত যুদ্ধংদেহী ৰূপত প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ। অসমীয়াৰ ওপৰত বীৰত্ব নেদেখুৱাবলৈ নগাক শেষ সকীয়নি। অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি মেৰাপানীত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি, সম্পাদকৰ উপস্থিতিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সীমা সমস্যা সমাধান কৰা, দৈয়াংবাসীক ভূমি পট্টা প্ৰদান কৰা আদি কেইবাটাও দাবীত সাব্যস্ত কৰে এই বিক্ষোভ কাৰ্যসূচী।
Read More News
T & CPrivacy PolicyContact Us