Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডত আজি সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

Dhekiajuli Part, Sonitpur | Sep 12, 2025
শুক্ৰবাৰে দিনৰ অনুমানিক ২ বাজি ৩০ মিনিটত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ উল্লেখ্য যে ৫ নং ৱাৰ্ডত থকা এটা বস্তাৰ গোদামত আজি সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা ৷ উক্ত অগ্নিকাণ্ডৰ ফলত বস্তুাৰ গোদামটো সম্পূৰ্ণ জ্বলি ভস্মীভূত হয় যদিও বৰ্তমানেও অগ্নি নিৰ্বাপিত হোৱানাই ৷ আজি সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডত কিমান টকাৰ ক্ষতিসাধন হৈছে এতিয়াও বিষয়টো পোহৰলৈ অহানাই ৷ বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে
Read More News
T & CPrivacy PolicyContact Us