Download Now Banner

This browser does not support the video element.

দেৰগাঁও: অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক কৃষি বিভাগৰ আওতালৈ আনি চৰকাৰে নিজা চাহ মন্ত্ৰ্যালয় গঠনৰ দাবী দেৰগাঁৱত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

Dergaon, Golaghat | Sep 1, 2025
অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কক কৃষি বিভাগৰ আওতালৈ আনি চৰকাৰে নিজা চাহ মন্ত্ৰনালয় গঠনৰ দাবী দেৰগাঁৱত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। সন্থাৰ গোলাঘাট উত্তৰ আঞ্চলিক সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি শেহতীয়াকৈ কেচা চাহপাতৰ মূল্য নিম্নগামী হোৱাত ক্ষোভ উজাৰে। সন্থাই দাবী কৰে অসমৰ ক্ষুদ্ৰ খেতিয়কক কৃষি বিভাগৰ আওতালৈ আনি ৰাজ্য চৰকাৰে নিজাকৈ চাহ মন্ত্ৰ্যালয় গঠন কৰিলে চৰকাৰ অৰ্থনৈতিকভাৱে আৰু অধিক সৱল হব।
Read More News
T & CPrivacy PolicyContact Us