Download Now Banner

This browser does not support the video element.

লংকা: লংকা বজাৰত স্হানীয় ব্যৱসায়ীৰ উদ্যোগত অমৰ শিল্পী জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

Lanka, Hojai | Sep 23, 2025
লংকা পিয়লি মাৰ্কেটত অমৰ শিল্পী জুৱিন গাৰ্গক দিয়া হয় শ্ৰদ্ধাঞ্জলি। জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত বন্তি প্ৰজ্বলন,মাল্য অৰ্পন কৰা পৰিলক্ষিত হয়। উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত লংকাৰ স্হানীয় ব্যৱসায়ীৰ লগতে লংকাত বজাৰ সমাৰ কৰিবলৈ অহা লংকা তথা লংকা চহৰৰ একাংশ ৰাইজে জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত মাল্য অৰ্পন কৰা পৰিলক্ষিত হয়।
Read More News
T & CPrivacy PolicyContact Us